অসমীয়াত লিখক। এইটো অসমীয়াত লিখা প্রথম ব্লগ নেকি আগতে কোনোবাই লিখিছে নেকি জনাবছোন। মই আগতে অবশ্যে এম এছ এন-ত অসমীয়াত লিখিছো।

Hi priyankoo, how do you write in Assamese in here?
hello priyanku,
good to see your blog and u too.Good job.Keep posting.
remember me?Paramita Goswami of CIEFL