চিটি বাছবোৰ আকৌ বগা হ’ল
বিহূৰ পাছৰ সপ্তাহটোত গুৱাহাটীলৈ গৈছিলো | মোৰ বন্ধু শঙ্কৰৰ বিয়া আছিল | মোৰ বিয়াত সি সখি হৈছিল | সেয়েহে প্ৰতিশ্ৰুতি মতে সূদূৰ দিল্লীৰ পৰা গাঁঠিৰ ধন ভাঙি বিয়াখনলৈ গৈ কৰ্তব্য পালন কৰিলো | আজিকালি দিল্লীৰ পৰা প্ৰত্যুষতে এখন ফ্লাইট আছে | পুৱা ৫:৩০ বজাত যায় | গুৱাহাটীত তেতিয়া পোহৰ হ’লেও…